Published on:
Updated on:
- অসমত পুনৰ ২ গৰাকী লোকৰ দেহত কোৰোনা ভাইৰাছ।
- স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই তথ্য সদৰি কৰিছে।
- কোৰোনাত আক্ৰান্ত আটাইকেইজনেই শিৱসাগৰ জিলাৰ।
- তেওঁলোকৰ যোৰহাটৰ কোৱাৰেন্টাইন চেন্টাৰত আছিল।
- অসমত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ২১৪লৈ বৃদ্ধি।
- ইফালে আৰোগ্য হৈছে ৫৪ গৰাকী লোক।
- এতিয়াও হাস্পতালত আছে ১৫৩ গৰাকী লোক।
- মৃত্যু হৈছে ৪ গৰাকীৰ।
Code:
Asomiya Pratidin
www.asomiyapratidin.in