New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/corona-1.jpg)
- অসমত পুনৰ ৩১৫জন কোভিড পজিটিভ।
- ৰাজ্যত বুধবাৰৰ দিনটোত সুস্থ হয় ১৫৩৯জন লোক।
- ইফালে, উক্ত দিনটোত ৰাজ্যত কোৰোনাত আক্ৰান্ত ৬জন লোকে হেৰুৱাই প্ৰাণ।
- ৰাজ্যত এতিয়াও কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৫০৩৫জন ৰোগী।
- আনহাতে, ৰাজ্যত বৰ্তমান সময়ত পজিটিভিটী হাৰ ০.৯৮ শতাংশ।