New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/corona-1.jpg)
- অসমত পুনৰ ৭৫জন কোৰোনাত আক্ৰান্ত।
- ইয়াৰে ৫২জন কামৰূপ মেট্ৰ'ৰ, ৬জন ডিমাহাচাওৰ, ৩ জন মৰিগাঁৱৰ, ২জন বৰপেটাৰ।
- এতিয়াও ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৯৮২জন ৰোগী।
- উল্লেখ্য যে, অসমত দেওবাৰৰ দিনটোত সুস্থ হৈছে ১৩৩জন লোক।
- ইফালে, উক্ত দিনটোত ৰাজ্যত কোৰোনাত আক্ৰান্ত দুজনৰ মৃত্যু হয়।