Published on :
Updated on :
- অসমত পুনৰ ৫৩৮জন কোভিড পজিটিভ।
- ইয়াৰে ১০৩জন কামৰূপ মেট্ৰ'ৰ, ৩৭জন যোৰহাটৰ, ৩৪জন গোলাঘাটৰ আৰু ৩৩জন তিনিচুকীয়াৰ।
- ৰাজ্যত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৫৮৮৮৫৬জনলৈ বৃদ্ধি পাইছে।
- ইফালে, সোমবাৰৰ দিনটোত ৰাজ্যত সুস্থ হয় ৬১২জন লোক।
- আনহাতে, উক্ত দিনটোত অসমত কোৰোনাত আক্ৰান্ত ১৫জন লোকৰ মৃত্যু।
- এতিয়াও ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৫৬১৩জন ৰোগী।
Asomiya Pratidin
www.asomiyapratidin.in