Published on:
Updated on:
- অসমত পুনৰ ১২৭৬জন কোৰোনাত আক্ৰান্ত।
- ইয়াৰে ১৬১জন কামৰূপ মেট্ৰ'ৰ, ৯৮জন গোলাঘাটৰ, ৯৫জন লখিমপুৰৰ আৰু ৬৬জন নগাঁৱৰ।
- অসমত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৫৬২৭৩১জনলৈ পাইছে বৃদ্ধি।
- ইফালে, বুধবাৰৰ দিনটোত অসমত আৰোগ্য হৈছে ১৭৯১জন লোক।
- আনহাতে, কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে ২১জন লোকৰ।
- এতিয়াও ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১৩১৫২জন লোক।
Code:
Asomiya Pratidin
www.asomiyapratidin.in