Published on:
Updated on:
- অসমত পুনৰ ৩২৪জন কোৰোনাত আক্ৰান্ত।
- ইয়াৰে ৮৮জন কামৰূপ মেট্ৰ'ৰ, ৫০জন বৰপেটাৰ, ১৮জন যোৰহাটৰ আৰু ১৭জন কামৰূপ গ্ৰাম্যৰ।
- এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৰাজ্যত ৬০৮৪৫০জনলৈ পাইছে বৃদ্ধি।
- ইফালে, শনিবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ২১৯জন লোক।
- ইয়াৰে বিপৰীতে উক্ত দিনটোত অসমত কোৰোনাত আক্ৰান্ত ৩জনৰ মৃত্যু।
- এতিয়াও ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ২৬২১জন লোক।
Code:
Asomiya Pratidin
www.asomiyapratidin.in