Published on:
Updated on:
- দেওবাৰে গুৱাহাটীত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা বিজেপিৰ বিধায়িনী দলৰ বৈঠক ।
- বৈঠকৰ পিছতে অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম আনুষ্ঠানিক ভাবে ঘোষণা কৰিব ।
- সংবাদ মাধ্যমক এই কথা জনাই হিমন্ত বিশ্ব শৰ্মাই ।
- বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ বাসগৃহত অনুষ্ঠিত হৈছিল ৩খনকৈ বৈঠক ।
- বিয়লি ৫ বজাত দিল্লীৰ পৰা উভতি আহিব দুয়ো গৰাকী নেতা ।
Code:
Asomiya Pratidin
www.asomiyapratidin.in