বহিঃৰাজ্যত অসমৰ যুৱকক নৃশংস হত্যা

বহিঃৰাজ্যত অসমৰ যুৱকক নৃশংস হত্যা।কোৰেৰে মৰিয়াই হত্যা বিহপুৰীয়াৰ টংকেশ্বৰ বৰাক।

author-image
Asomiya Pratidin
New Update
বহিঃৰাজ্যত অসমৰ যুৱকক নৃশংস হত্যা

  • বহিঃৰাজ্যত অসমৰ যুৱকক নৃশংস হত্যা।

  • কোৰেৰে মৰিয়াই হত্যা বিহপুৰীয়াৰ টংকেশ্বৰ বৰাক।

  • সোমবাৰে পোহৰলৈ আহে এই ঘটনা।

  • হায়দৰাবাদৰ এটা কোম্পানীত কৰ্মৰত আছিল টংকেশ্বৰ।

  • বিহাৰৰ এজন ছিকিউৰিটী গাৰ্ডে হত্যা কৰে টংকেশ্বৰক।

  • হায়দৰাবাদ আৰক্ষীয়ে গ্রেপ্তাৰ কৰে হত্যাকাৰীক।

  • কি কাৰণে হত্যাকাণ্ড সংঘটিত হ'ল জানিব পৰা হোৱা নাই।