Published on:
Updated on:
- ৰাজ্যত আকৌ কোৰোনাত আক্ৰান্ত ৮জন লোকে হেৰুৱাইছে প্ৰাণ।
- মৃত্যু হোৱা লোক কেইজন ক্ৰমে-
- ভগীনাথ শৰ্মা, জোনাক চন্দ্ৰ ভূৱন, পৰেশ চন্দ্ৰ আৰিয়া,
- প্ৰবেশ্বৰ ৰাভা, সুৰেন্দ্ৰ নাথ দাস, মাহোদৰ চন্দ্ৰ পাঠক,
- প্ৰদীপ গগৈ আৰু মাল্লিকা দেৱ চৌধুৰী।
- ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫৮৬জনলৈ পাইছে বৃদ্ধি।
Code:
Asomiya Pratidin
www.asomiyapratidin.in