অসম
অসমত নতুনকৈ ৪৭ গৰাকী লোকৰ দেহত কোৰোনা ভাইৰাছ…
- অসমত নতুনকৈ ৪৭ গৰাকী লোকৰ দেহত ধৰা পৰিছে কোৰোনা ভাইৰাছ।
- এইসকল লোকৰ ৩৩ গৰাকী হোজাইৰ।
- ঠিক তেনেদৰে ৬ গৰাকী লোক ধেমাজিক, ৪ গৰাকী বঙাইগাঁৱৰ, ৩ গৰাকী বৰপেটাৰ আৰু এগৰাকী বাক্সাৰ।
- উল্লেখ্য যে, অসমত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ১৮৭৭লৈ বৃদ্ধি।
- ইফালে অসমত কোৰোনাৰ পৰা আৰোগ্য হৈছে ৪১৩ গৰাকী।
- এতিয়াও হাস্পতালত আছে ১৪৫৭ গৰাকী।