আছাম ৰাইফলছৰ ভুলৰ বাবেই গুলীবিদ্ধ দুই যুৱক…

আছাম ৰাইফলছৰ ভুলৰ বাবেই গুলীবিদ্ধ দুই যুৱক…

author-image
asomiyapratidin
New Update
আছাম ৰাইফলছৰ ভুলৰ বাবেই গুলীবিদ্ধ দুই যুৱক…

  • অৰুণাচলত চাঞ্চল্যকৰ ঘটনা।
  • আসাম ৰাইফলছৰ গুলীত আহত দুজন যুৱক।
  • ৰাজ্যখনৰ টিৰাপ জিলাত সংঘটিত হৈছে এই ঘটনা।
  • টিৰাপ জিলাৰ চাচা গাঁৱৰ দুজন যুৱক আহত হৈছে আসাম ৰাইফলছৰ গুলীত।
  • মাছ মাৰি ঘৰলৈ উভতাৰ পথতে দুই যুৱকক উগ্ৰপন্থীৰ সন্দেহত গুলীয়াই আহত কৰা হৈছে।
  • আহত দুই যুৱকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
  • দুয়োৰে চিকিৎসাৰ ব্যৱস্থা আসাম ৰাইফলছৰ ফালৰ পৰা কৰা হ'ব বুলি উত্তেজিত ৰাইজক প্ৰতিশ্ৰুতি আসাম ৰাইফলছৰ বিষয়াৰ।
  • আহত দুয়োকে যোৰহাটলৈ এয়াৰ লিফ্ট কৰাৰো প্ৰতিশ্ৰুতি।
  • আহত দুয়োকে সাহায্যৰ কথাও ঘোষণা এগৰাকী বিষয়াৰ।
  • ইয়াৰ উপৰিও চিকিৎসাৰ সকলো ব্যয় বহন কৰিব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।
  • আছাম ৰাইফলছৰ ভুলৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ কথা স্বীকাৰ এগৰাকী মেজৰ পৰ্যায়ৰ বিষয়াৰ।