New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/arunachal-man-details-who-take-part-in-nijamuddin-got-corona-positive.jpg)
- অৰুণাচলৰ কোৰোনাত আক্ৰান্ত লোকজনৰ নাম আব্দুল তালুকদাৰ।
- নিজামুদ্দিনৰ মাৰ্কাজত অংশ লৈছিল আব্দুল তালুকদাৰে
- ডিব্ৰুগড়ৰ ICMR-ত পৰীক্ষা কৰা হৈছিল লোকজনৰ নমুনা।
- লোকজনৰ ঘৰ অৰুণাচলৰ টেজুত।
- দিল্লীৰ পৰা পোনে পোনে আহিছিল তিনিচুকীয়া জিলালৈ ।
- লোকজন আহিছিল ব্ৰহ্মপুত্ৰ মেইলৰ জৰিয়তে।
- তিনিচুকীয়াৰ পৰা নামচাইলৈ তেওঁ উইংগাৰেৰে গৈছিল।
- বাহনখনত আছিল আন কেবাগৰাকী লোক।
- সেইসকল লোকলৈও কোৰোনা সংক্ৰমণ হোৱাৰ আশংকা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/coronaaaa-arunachal.jpg)