Published on :
Updated on :
- খটখটীত যাত্ৰীবাহী বাছত উদ্ধাৰ মাৰনাস্ত্ৰ।
- বোকাজান আৰক্ষীৰ নিয়মীয়া তালাচীত মাৰনাস্ত্ৰ উদ্ধাৰ।
- মন জিলা অভিমুখী বাছত উদ্ধাৰ দুটা ফেক্টৰীত নিৰ্মিত পইন্ট 32 পিষ্টল,দুটা মেগজিন আৰু দুটা ৱাকি টকী।
- NL07-B-0385 নম্বৰৰ বাছখনত এটা বেগৰ ভিতৰত আপেলৰ কাৰ্টুনত ভৰাই আনিছিল মাৰনাস্ত্ৰ।
- আৰক্ষীৰ জালত পৰা বাছখনত নাছিল মাৰনাস্ত্ৰ কঢ়িওৱা ক'লা বেগটোৰ গৰাকী।
- আৰক্ষীয়ে গৰাকীৰ সন্ধানত অব্যাহত ৰাখিছে অভিযান।
Asomiya Pratidin
www.asomiyapratidin.in