/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/dangor-khobr-7.jpg)
dangor khabar
-
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ইখনৰ পাছত সিখন প্ৰশ্নকাকত ফাদিলে এতিয়া চিন্তিত কৰি তুলিছে শিক্ষাৰ্থীসকলক
-
এইবাৰ ফাদিল হৈছে ভূগোল বিষয়ক পৰীক্ষাৰ প্ৰশ্নকাকত
-
উল্লেখযোগ্য যে ২০ মাৰ্চত আছিল ভূগোল তথা আন ঐচ্ছিক বিষয়ৰ পৰীক্ষা
-
ইতিমধ্যে দুটা বিষয়ৰ পৰীক্ষা বাতিল কৰা হৈছিল মেট্ৰিকত
-
সেয়ে এতিয়া ভূগোলৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছত এই বিষয়ৰ পৰীক্ষা বাতিল কৰাৰ সম্ভাৱনাই দেখা দিছে
-
অৱশ্যে এতিয়ালৈকে ছেবাই আনুষ্ঠানিকভাৱে কোনো তথ্য সদৰী কৰা নাই