Published on:
Updated on:
- ১৩ নবেম্বৰত ৰাজ্যসভাৰ সাংসদ তথা আঞ্চলিক গণ মৰ্চাৰ মুখ্য আহ্বায়ক অজিত কুমাৰ ভূঞাই সম্বোধন কৰিব এক সংবাদমেল।
- শুকুৰবাৰৰ দিনৰ ১ বজাত গুৱাহাটীৰ আঞ্চলিক গণ মৰ্চাৰ কেন্দ্ৰীয় কাৰ্যালয়ত এই সংবাদমেল।
- বিহাৰৰ নিৰ্বাচনী ফলাফল আৰু অসমৰ কেইটামান গুৰুত্বপূৰ্ণ ৰাজনৈতিক বিষয়ক লৈ এই সংবাদমেল সম্বোধন কৰিব তেওঁ।
Code:
Asomiya Pratidin
www.asomiyapratidin.in