অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ বদলি নগাঁৱৰ এছ পি আনন্দ মিশ্ৰক…

অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ বদলি নগাঁৱৰ এছ পি আনন্দ মিশ্ৰক…

author-image
asomiyapratidin
New Update
আনন্দ মিশ্ৰৰ মুখ বন্ধ ! সংবাদ মাধ্যমৰ সন্মুখত মুখ খুলিব পাৰিব ASP য়েহে...

  • নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক বদলি।
  • অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ বদলি আনন্দ মিশ্ৰক।
  • নগাঁৱৰ কীৰ্তি কলম বৰা এনকাউন্টাৰৰ সৈতে চৰ্চিত হৈছিল আনন্দ মিশ্ৰৰ নাম।
  • ইতিমধ্যে এন্টি নাৰ্কটিক স্কোৱাডৰ প্ৰদীপ বনিয়াক নিলম্বন কৰা হৈছিল।
  • এই স্কোৱাডৰ আন সদস্যসকলক বদলি কৰা হৈছিল আন জিলালৈ।
  • অসমীয়া প্ৰতিদিন ডিজিটেলৰ মৃদুল কুমাৰ সন্দিকৈৰ সৈতে অন্তিমটো নগাঁও আৰক্ষী অধীক্ষক হিচাপে সাক্ষাৎকাৰ আনন্দ মিশ্ৰৰ।
Advertisment