New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/09/amlan.jpg)
- ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিল অসমৰ খেলুৱৈ।
- ৰাষ্ট্ৰীয় এথলেটিক্সথ অসমৰ অম্লান বৰগোহাঁইৰ স্বৰ্ণ লাভ।
- অসমৰ এথলেটিকছৰ নৱতম তাৰকাত পৰিণত হোৱাৰ পথত অসমৰ অম্লান বৰগোঁহাই।
- তেলেংগাণাত অনুষ্ঠিত হৈ থকা ৬০তম ৰাষ্ট্ৰীয় এথলেটিকছ প্ৰতিযোগিতাত ২০০ মিটাৰ দৌৰত এই সাফল্য লাভ।
- প্ৰতিযোগিতাৰ ২০০ মিটাৰত ২০.৭৫ ছেকেণ্ডৰে ৰাজ্যিক অভিলেখ আৰু মীট ৰেকৰ্ডসহ অম্লানে সোণৰ পদক লাভ কৰিছে।
- ইয়াৰ পূৰ্বে একেখন প্ৰতিযোগিতাত ১০০ মিটাৰ দৌৰতো অম্লানে লাভ কৰিছিল ৰূপৰ পদক।
- ৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰা এনে সফলতাই অম্লানক অসম এথলেটিছৰ নৱতম চাঞ্চল্য হিচাপে পৰিগণতি কৰি তুলিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us