Published on:
Updated on:
- বৃহস্পতিবাৰে অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।
- নিৰ্বাচনৰ পূৰ্বে সঘনাই অসমলৈ আহি আছে বহু হাইপ্ৰফাইল নেতা।
- বটদ্ৰৱা প্ৰকল্পৰ শুভাৰম্ভ কৰিব গৃহমন্ত্ৰী গৰাকীয়ে।
- মহামৃত্যুঞ্জয় মন্দিৰৰ যজ্ঞটো অংশ ল'ব তেওঁ।
- কাৰ্বি আংলঙৰ ডেন গাঁৱৰ বিশাল জনসভাতো ভাগ ল'ব তেওঁ।
Code:
Asomiya Pratidin
www.asomiyapratidin.in