Published on:
Updated on:
- গুৱাহাটীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।
- কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাগ লৈছে ৬৮সংখ্যক উত্তৰ পূৱ পৰিষদৰ প্ৰথম দিনাৰ কাৰ্যসূচীত।
- অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত এই অনুষ্ঠানত ভাগ লয় মন্ত্ৰীগৰাকীয়ে।
- ভাৰতীয় সংবিধানত ৩৭১ নম্বৰ অনুচ্ছেদ সম্পৰ্কত মন্তব্য গৃহমন্ত্ৰীগৰাকীৰ।
- '৩৭১ নম্বৰ অনুচ্ছেদৰ বিশেষ মৰ্যাদা আছে।'
- 'বিজেপি চৰকাৰে এই অনুচ্ছেদক সন্মান কৰে।'
- 'এই অনুচ্ছেদ আতঁৰ কৰাৰ কোনো কাৰণ নাথাকে।'
- 'মহাভাৰতৰ যুদ্ধত বব্ৰুবাহনে হওক বা ঘটোৎকচেই হওক দুয়োজনে উত্তৰ পূৰ্বাঞ্চলৰ আছিল।'
- 'অৰ্জুনৰ বিয়াও মণিপুৰত হৈছিল।'
- 'শ্ৰীকৃষ্ণৰ নাতিৰ বিয়াও উত্তৰ পূৰ্বাঞ্চলতে হৈছিল।'
Code:
Asomiya Pratidin
www.asomiyapratidin.in