/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/332b87ca-76a8-436b-af15-187061fafd76/akhi.jpg)
akhil gogoi
ডিজিটেল ডেস্ক: সফলতাৰে সম্পূৰ্ণ হ'ল শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ অস্ত্ৰোপচাৰ। চুপ্ৰাভেন্ট্ৰিকুলাৰ টেকিকাৰডিয়া ৰোগত আক্ৰান্ত অখিল গগৈৰ অস্ত্ৰোপচাৰ শুকুৰবাৰে দিনৰ ভাগত বেংগালুৰুৰ নাৰায়ণা হেল্থচিটিত সফলতাৰে সম্পন্ন হয়।
ডাঃ শ্ৰেচা শংকৰ মাইয়া আৰু ডাঃ কপিল কুমাৱটৰ তত্বাৱধানত EPS RFA অস্ত্ৰোপচাৰ সম্পন্ন হয়।
বৰ্তমান তেখেতক পৰ্যবেক্ষণৰ বাবে CCU ত ৰখা হৈছে ।চিকিৎসকে সম্পূৰ্ণ বিপদমুক্ত বুলি জানিবলৈ দিয়াৰ লগতে চিন্তাৰ কোনো কাৰণ নাই বুলি কয়। ।