Published on :
Updated on :
- অখিল গগৈৰ সৈতে লুৰিণ জ্যোতি গগৈৰ বৈঠক সমাপ্ত ।
- দুঘণ্টা ধৰি অনুষ্ঠিত হয় অখিল গগৈ আৰু লুৰীণ জ্যোতি গগৈৰ বৈঠক ।
- শীঘ্ৰে আসন বুজা বুজিৰ সন্দৰ্ভত ঘোষণা ।
- প্ৰথম পয্যায়ত গৰিষ্ঠ সংখ্যক সমষ্টিতে দিব দলীয় প্ৰাৰ্থীত্ব ।
- প্ৰচাৰৰ বাবে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ সৈতে যোগাযোগ কৰা বুলি জানিব দিয়ে লুৰীন জ্যোতি গগৈয়ে ।
- অখিলক গগৈক সাক্ষাৎৰ পিছতে এই মন্তব্য লুৰিণ জ্যোতি গগৈয়ে
- জিএমচিএইচত ভিৰ লাগিছে প্ৰাৰ্থীত্ব প্ৰত্যাশিৰ ।
Asomiya Pratidin
www.asomiyapratidin.in