দিনজোৰা কাৰ্যসূচীৰে AJYCPৰ চানমাৰি আঞ্চলিক সমিতিৰ বিশ্ব পৰিবেশ দিৱস পালন...

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কামৰূপ মহানগৰ জিলা সমিতিৰ অন্তৰ্গত চানমাৰি আঞ্চলিক সমিতিৰ উদ্যোগত বিশ্ব পৰিবেশ দিৱস দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় ।

author-image
Asomiya Pratidin
New Update
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কামৰূপ মহানগৰ জিলা সমিতিৰ অন্তৰ্গত চানমাৰি আঞ্চলিক সমিতি ৰ উদ্যোগত বিশ্ব পৰিবেশ দিৱস দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় । আজিৰ  এই  পৰিবেশ দিৱসত বৃক্ষৰোপণ কাৰ্যসূচীত বৃক্ষৰোপক হিচাপে উপস্থিত থাকে  কামৰূপ মহানগৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক সুকুমাৰ বৰ্মন ডাঙৰীয়া , কেন্দ্ৰীয় সাংগঠনিক সম্পাদক  ইনামূল হক ডাঙৰীয়া আৰু কামৰূপ মহানগৰ জিলা সমিতিৰ উপদেষ্টা হেমন্ত দাস ডাঙৰীয়াই । পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি এখনি চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। লগতে চান্দমাৰী আঞ্চলিক সমিতিয়ে এইটো বৰ্ষৰ ভিতৰত প্ৰায় পাঁচ হাজাৰ গছপুলি ৰোপণ কৰা এক প্ৰক্ৰিয়াৰ আৰম্ভণিও আজিৰ পৰা আৰম্ভ কৰে ।

ডিজিটেল ডেস্কঃ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কামৰূপ মহানগৰ জিলা সমিতিৰ অন্তৰ্গত চানমাৰি আঞ্চলিক সমিতি ৰ উদ্যোগত বিশ্ব পৰিবেশ দিৱস দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় ।

Advertisment
ef241987-465a-466a-8597-22914501f47c

আজিৰ  এই  পৰিবেশ দিৱসত বৃক্ষৰোপণ কাৰ্যসূচীত বৃক্ষৰোপক হিচাপে উপস্থিত থাকে  কামৰূপ মহানগৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক সুকুমাৰ বৰ্মন ডাঙৰীয়া , কেন্দ্ৰীয় সাংগঠনিক সম্পাদক  ইনামূল হক ডাঙৰীয়া আৰু কামৰূপ মহানগৰ জিলা সমিতিৰ উপদেষ্টা হেমন্ত দাস ডাঙৰীয়াই ।

50087e62-5173-4359-a1a5-16f4dceadc39

 পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি এখনি চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। লগতে চান্দমাৰী আঞ্চলিক সমিতিয়ে এইটো বৰ্ষৰ ভিতৰত প্ৰায় পাঁচ হাজাৰ গছপুলি ৰোপণ কৰা এক প্ৰক্ৰিয়াৰ আৰম্ভণিও আজিৰ পৰা আৰম্ভ কৰে ।

অসম