‘অৰুণোদয়’ আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা ২৬ লাখলৈ বৃদ্ধি কৰাৰ লক্ষ্য…

‘অৰুণোদয়’ আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা ২৬ লাখলৈ বৃদ্ধি কৰাৰ লক্ষ্য…
  • তেজপুৰত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল।
  • দুদিনীয়া উপায়ুক্তৰ বৈঠকৰ অন্তত সংবাদমেল মুখ্যমন্ত্রীৰ।
  • জলজীৱন, গুণোৎসৱ সন্দৰ্ভতো আলোচনা।
  • অৰুণোদয় হিতাধিকাৰীৰ সংখ্যা ২৬ লাখলৈ বৃদ্ধি কৰাৰ লক্ষ্য।
  • ২২ লাখ হিতাধিকাৰীৰ কৰা হ'ব জৰীপৰ ব্যৱস্থা।
  • ১৫ জুলাইৰ আৰম্ভ হ'ব অৰুণোদয় মাহ।
  • শিক্ষাৰ্থীৰ বাবে আৰম্ভ হ'ব 'আৰোহণ' আঁচনি।
  • এই আঁচনিৰ যোগেদি মেধাৱী শিক্ষাৰ্থীক দিয়া হ'ব বিশেষ সুবিধা।
  • মেধাৱী শিক্ষাৰ্থী বাছনি কৰিব জিলা উপায়ুক্তই।
  • শিক্ষাৰ্থীয়ে জাতিৰ প্রমাণ-পত্র স্কুলতে পোৱাৰ ব্যৱস্থা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in