অসম উঃ মাঃ শিক্ষা সংসদৰ নতুন অধ্যক্ষ ৰূক্ম গোঁহাই বৰুৱাক শুভেচ্ছা জ্ঞাপন মন্ত্ৰী ৰণোজ পেগুৰ

অসম উঃ মাঃ শিক্ষা সংসদৰ নতুন অধ্যক্ষ ৰূক্ম গোঁহাই বৰুৱাক শুভেচ্ছা জ্ঞাপন মন্ত্ৰী ৰণোজ পেগুৰ

author-image
asomiyapratidin
New Update
অসম উঃ মাঃ শিক্ষা সংসদৰ নতুন অধ্যক্ষ ৰূক্ম গোঁহাই বৰুৱাক শুভেচ্ছা জ্ঞাপন মন্ত্ৰী ৰণোজ পেগুৰ

  • অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ হিচাপে ৰূক্ম গোঁহাই বৰুৱাক নিযুক্তি প্ৰদান।
  • লখিমপুৰ পষ্ট গ্ৰেজুৱেট ট্ৰেইনিং কলেজৰ অধ্যক্ষ আছিল ৰূক্ম গোঁহাই বৰুৱা।
  • ইতিমধ্যে তেওঁক উচ্চতৰ মাধ্যমিকৰ শিক্ষা সংসদৰ অধ্যক্ষ নিযুক্তি প্ৰদান কৰাৰ পাছত শুভেচ্ছা জনাইছে মন্ত্ৰী ৰণোজ পেগুৱে।
  • উল্লেখ্য যে, অসম সাহিত্য সভাৰ প্রথমগৰাকী সভাপতি পদ্মনাথ গোঁহাঞি বৰুৱাৰ নাতি ৰূক্ম গোঁহাই বৰুৱা।