অসম মুখ্য-পৃষ্ঠা নাহৰকটীয়াৰ আমগুৰি পঞ্চায়তৰ দুটা ৱাৰ্ডত অগপ প্ৰাৰ্থীৰ জয়লাভ নাহৰকটীয়াৰ আমগুৰি পঞ্চায়তৰ দুটা ৱাৰ্ডত অগপ প্ৰাৰ্থীৰ জয়লাভ asomiyapratidin 12 Dec 2018 11:38 IST Follow UsNew Updateনাহৰকটীয়াৰ আমগুৰি পঞ্চায়তৰ ২টা ৱাৰ়্ৰ নিৰ্বাচনী ফলাফল ঘোষণা।দুয়োটা ৱাৰ্ডতে বিজয়ী হৈছে অগপ প্ৰাৰ্থী।৪নং ৱাৰ্ডত জয়ী হৈছে অগপ প্ৰাৰ্থী ৰাজকুমাৰ চেত্ৰী।৭নং ৱাৰ্ডত বিজয় সাব্যস্ত বিনোদ চাংমাইৰ।বিনোদ চাংমাইও অগপ প্ৰাৰ্থী।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক