Published on :
Updated on :
- আসনৰ বুজাবুজি সন্দৰ্ভত অগপ- বিজেপিৰ বৈঠক ।
- বৈঠকত উপস্থিত থাকে অগপৰ সভাপতি অতুল বৰাকে ধৰি কেন্দ্ৰীয় নেতৃত্ব ।
- বৈঠকত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, ৰাষ্ট্ৰীয় সাধৰণ সম্পাদক দিলীপ শইকীয়া উপস্থিত থাকে ।
- বিজেপিয়ে অগপক দিয়ে ১০ টা সমষ্টি ।
- বিশ্বনাথ, বকো, সৰুক্ষেত্ৰী, মানকাছাৰ, হাজো, নাওঁবৈছা,ছয়গাওঁ,কলিয়াবৰ,বঙাইগাওঁ,বোকাখাত সমষ্টি বিজেপিয়ে দিলে অগপক ।
- অগপই বিচাৰিছিল ৪০ টা সমষ্টি ।
- এতিয়াও চূড়ান্ত হোৱা নাই এই বুজাবুজি ।
- আসন বুজাবুজি সন্দৰ্ভত ৪ মাৰ্চত দিল্লীত অনুষ্ঠিত হ'ব বৈঠক ।
- ২০১৬ চনত অগপৰ দখলত আছিল ১৪ টা সমষ্টি ।
Asomiya Pratidin
www.asomiyapratidin.in