পুৱতি নিশা সৰুসজাই পালেহি ৰাজস্থানৰ ক’টাৰ পৰা অহা অসমৰ ৩৯১ গৰাকী শিক্ষাৰ্থী…

পুৱতি নিশা সৰুসজাই পালেহি ৰাজস্থানৰ ক’টাৰ পৰা অহা অসমৰ ৩৯১ গৰাকী শিক্ষাৰ্থী…

author-image
asomiyapratidin
New Update
পুৱতি নিশা সৰুসজাই পালেহি ৰাজস্থানৰ ক’টাৰ পৰা অহা অসমৰ ৩৯১ গৰাকী শিক্ষাৰ্থী…

  • কেইবাদিনীয়া যাত্ৰাৰ অন্তঃত সুকলমে সৰুসজাই পালেহি ৰাজস্থানৰ ক'টাৰ পৰা অহা অসমৰ ৩৯১ গৰাকী শিক্ষাৰ্থী।
  • সোমবাৰে পুৱতি নিশা প্ৰায় ৩ বজাত সৰুসজাইত উপস্থিত হয়হি শিক্ষাৰ্থীসকল।
Advertisment
  • শিক্ষাৰ্থীসকল সৰুসজাই উপস্থিত হোৱাৰ সময়ত উপস্থিত আছিল স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
  • লগতে আছিল মন্ত্ৰী পিয়ুষ হাজৰিকাও।
  • শিক্ষাৰ্থীসকলক মন্ত্ৰী দুগৰাকীয়ে আদৰণি জনোৱাৰ লগতে পুৱা খাবৰ বাবে খাদ্যও যোগান ধৰে।
  • শিক্ষাৰ্থীসকলক সৰুসজাইতে কিছুদিনৰ কোৱাৰেন্টাইনত ৰখা হ'ব।
  • শিক্ষাৰ্থীসকলৰ লগতে অভিভাৱক সকলকো কোনো চিন্তা নকৰিবলৈ অভয়বাণী স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।