Published on:
Updated on:
- অসম কৃষি বিশ্ববিদ্যালয়ৰ নামভৰ্তিৰ তাৰিখ ২২ জুলাইলৈ পিছুৱাই দিয়া হৈছে।
- ৰাজ্যৰ বান পৰিস্থিতিৰ বাবে এই সিদ্ধান্ত বিশ্ববিদ্যালয়ৰ।
- মঙলবাৰ (১৬ জুলাই)ৰ পৰা নামভৰ্তিৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ কথা আছিল।
- বিশ্ববিদ্যালয়ৰ জনসম্পৰ্কৰক্ষী বিষয়া ড° ৰঞ্জিত কুমাৰ সাউদে এই বিষয়ে জানিবলৈ দিছে।
Code:
Asomiya Pratidin
www.asomiyapratidin.in