Published on:
Updated on:
- নগাঁৱৰ শালনাত যুৱতীক এচিডেৰে আক্ৰমণ।
- প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখান কৰাৰ বাবেই সঞ্জয় সৰকাৰ নামৰ যুৱকজনে এচিড নিক্ষেপ কৰাৰ অভিযোগ।
- যুৱতীগৰাকীৰ মাতৃ আৰু জ্যেষ্ঠ ভাতৃকো আক্ৰমণ যুৱকজনৰ।
- বুধবাৰে নিশা প্ৰায় ১.৩০ বজাত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা।
- নিশাই যুৱতীগৰাকীক ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত।
- ঘটনাৰ পিছতে পলায়ন কৰে অভিযুক্ত সঞ্জয় সৰকাৰে।
Code:
Asomiya Pratidin
www.asomiyapratidin.in