Published on:
Updated on:
- এন আৰ চিৰ শুনানিৰ বাবে যোৱা বাহন দুৰ্ঘটনাগ্ৰস্ত।
- ওদালগুৰি জিলাৰ ইকৰাবাৰীত দুৰ্ঘটনাত পতিত হয় বাহনখন।
- বাহনখনৰ ভিতৰত থকা ১২ জনকৈ যাত্ৰী আহত হৈছে দুৰ্ঘটনাটোত।
- আহত কেইজনৰ দুজনৰ অৱস্থা সংকটজনক।
- এন আৰ চিৰ শুনানিত অংশ ল'বলৈ গৈ থকা পথতে সংঘটিত হয় এই দুৰ্ঘটনা।
- আহত সকলক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।
- উল্লেখ্য যে, ইয়াৰ পূৰ্বে ন মাইলত দুৰ্ঘটনাত পতিত হৈছিল এন আৰ চি শুনানিৰ বাবে যোৱা এখন বাহন।
Code:
Asomiya Pratidin
www.asomiyapratidin.in