Published on:
Updated on:
- সোমবাৰে নাৰায়ণপুৰত পথ দুৰ্ঘটনাত নিহত এজন লোক।
- বলেৰ' পিক-আপ বাহনে মহটিয়ালে বাইক আৰোহীক।
- বাহনখনৰ খুন্দাত থিতাতে নিহত বাইক আৰোহীজন।
- বৰ্তমানেও জানিব পৰা হোৱা নাই নিহত বাইক আৰোহীজনৰ পৰিচয়।
Code:
Asomiya Pratidin
www.asomiyapratidin.in