Published on:
Updated on:
- গহপুৰৰ ৰাঙলীয়ালত ভয়াৱহ পথ দুৰ্ঘটনা।
- ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত সংঘটিত হয় এই দুৰ্ঘটনা।
- ব্ৰইলাৰ কঢ়িয়াই অনা গাড়ী আৰু এখন অল্ট' কে-১০ৰ মাজত মুখামুখি সংঘৰ্ষ।
- দুৰ্ঘটনাৰ ফলত পথৰ দাঁতিত বাগৰি পৰে বাহন দুখন।
- শোকাবহ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত ৫ জন।
- আহত সকলক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত।
- ঘাইপথৰ ওপৰত বাহনৰ গতি নিয়ন্ত্ৰণৰ বাবে কোনো ব্যৱস্থা নথকাৰ বাবেই দুৰ্ঘটনা সংঘটিত হোৱা বুলি মন্তব্য একাংশৰ।
Code:
Asomiya Pratidin
www.asomiyapratidin.in