New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/53788249_1030804503976998_8768380123687682048_n.jpg)
- ধুবুৰীত ভয়ংকৰ দুৰ্ঘটনা।
- ধুবুৰীৰ পাণবাৰীত পথৰ ওপৰতে লুটি খাই পৰিল এখন মালভৰ্তি ট্ৰাক।
- ট্ৰাকখনে কঢ়িয়াই আনিছিল চিমেন্ট।
- পথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবেই দুৰ্ঘটনাগ্ৰস্ত হয় ট্ৰাকখন।
- দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে চালক আৰু হেণ্ডিমেনৰ।
- সোণাপুৰৰ পৰা কোচবিহাৰলৈ চিমেন্ট কঢ়িয়াই নিছিল ট্ৰাকখনে৷