/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/c5c9d10c-e926-4384-ab98-c31079ec6c74/poopod.jpg)
-
সামাজিক মাধ্যমত প’ষ্ট দি কামপুৰত গ্রেপ্তাৰ যুৱক।
-
শুকুৰবাৰে যুৱক জনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
-
ধৃত যুৱকজন কামপুৰৰ অভিজিৎ লস্কৰ ওৰফে অভিজিৎ অসম।
-
আলফা সন্দৰ্ভত প’ষ্ট দিছিল অভিজিৎ লস্কৰে।
-
কিছুদিন পূৰ্বে উদয় অসমৰ মৃত্যুক লৈ আৰক্ষীৰ বিৰুদ্ধে দিছিল প’ষ্ট।
-
কামৰূপ আৰক্ষীয়ে গোচৰ ৰুজু কৰি অভিজিতক হাজিৰ কৰে আদালতত।