আদালতত হাজিৰ অভি-নীল কাণ্ডৰ ৪৭ অভিযুক্তক

আদালতত হাজিৰ অভি-নীল কাণ্ডৰ ৪৭ অভিযুক্তক

author-image
asomiyapratidin
New Update
আদালতত হাজিৰ অভি-নীল কাণ্ডৰ ৪৭ অভিযুক্তক

ঘটনাস্থলীত আৰক্ষী

  • কিছু সময়ৰ পাছতেই আদালতত কাৰ্বি আংলং আৰক্ষীয়ে দাখিল কৰিব অভি-নীল হত্যাকাণ্ডৰ অভিযোগনামা।
  • ডিফু আদালতত ইতিমধ্যে হাজিৰ কৰা হৈছে ৪৭ অভিযুক্তক।
  • দিনৰ ২ বজাত দাখিল কৰা হ'ব অভিযোগনামা।
  • ৮ জুন, ২০১৮ত সংঘটিত হৈছিল এই কাণ্ড।
  • অভি-নীল পৰিয়ালৰ দাবী, কঠোৰ শাস্তি পাওঁক অপৰাধীয়ে।
  • ঘটনাৰ আঢ়ৈ মাহৰ পাছত দাখিল কৰা হ'ব অভিযোগনামা।
  • কটকটীয়া নিৰাপত্তা বেষ্টনী আদালতৰ চৌহদত।