অমিত শ্বাহ অহাৰ বাটত ক’লা পতাকা আঁৰিলে আছুৱে…

অমিত শ্বাহ অহাৰ বাটত ক’লা পতাকা আঁৰিলে আছুৱে…
  • গৃহমন্ত্ৰী অমিত শ্বাহ অহাৰ বাটত ক'লা পতাকা আঁৰিলে আছুৱে।
  • অমিত শ্বাহৰ নলবাৰী ভ্ৰমণৰ পূৰ্বে এই কাৰ্যসূচী গ্ৰহণ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই।
  • কা' বাতিলৰ দাবীত প্ৰতিবাদ সাৱস্ত্য কৰিছে আছুৱে।
  • দেওবাৰে নলবাৰীত অনুষ্ঠিত বিজেপিৰ বিশাল জনসভাত অংশ ল'ব অমিত শ্বাহে।
  • ইতিমধ্যে নলবাৰীত ১৪৪ ধাৰা জাৰি কৰিছে প্ৰশাসনে।
  • আৰক্ষীয়ে আঁতৰাই পেলাইছে পথৰ কাষৰ ক'লা পতাকা সমূহ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in