Published on :
Updated on :
- সদৌ অসম ছাত্র সন্থাৰ প্রতিনিধি সভা সমাপ্ত।
- কেইবাটাও সিদ্ধান্ত ঘোষণা আছু নেতৃত্বৰ।
- 'কা' বিৰুদ্ধে অব্যাহত থাকিব আছুৰ প্রতিবাদ।
- ২৪ মাৰ্চত ৰাজ্যৰ প্রতিখন জিলাত অনশন কাৰ্যসূচী আছুৰ।
- ৩ এপ্রিলত মূল্যবৃদ্ধিৰ বিৰুদ্ধে হ'ব পদযাত্রা আৰম্ভ কৰিব আছুৱে।
- শেহতীয়া ৰাজনৈতিক প্রেক্ষাপটত আছুৰ ভূমিকা ঘোষণা।
- আঞ্চলিক ৰাজনৈতিক শক্তিৰ উত্থানৰ বাবে আছুৱে আহ্বান জনাই ৰাইজক।
- কংগ্রেছ, বিজেপি, এআইইউডিএফ, অগপৰ বিৰুদ্ধে ৰাইজৰ সৃষ্টি কৰিব সজাগতা।
- অসম আন্দোলনৰ পটভূমিত জন্ম হোৱা অগপই নিজৰ সত্তা হেৰুৱাইছেঃ আছু।
Code:
Asomiya Pratidin
www.asomiyapratidin.in