চাহ শ্ৰমিকক ভূমি পট্টা প্ৰদান কৰাৰ সিদ্ধান্তক আদৰণি আমছুৰ...

অসম চৰকাৰে চাহ শ্ৰমিক সকলোক ভূমি প্ৰদান কৰাৰ সিদ্ধান্তক আদৰণি আমছুৰ।একে সময়তে ব্ৰহ্মপুত্ৰ উপত্যকাত কাম কৰিবলৈ লৈ অহা সংখ্যালঘু মুছলমান সকলোক মাটিৰ পাট্টা নিদিয়াকলৈ আমছুৰ

author-image
Asomiya Pratidin
New Update
ujjj

ডিজিটেল সংবাদ, পৰ্বতঝোৰাঃ অসম চৰকাৰে চাহ শ্ৰমিক সকলোক ভূমি প্ৰদান কৰাৰ সিদ্ধান্তক আদৰণি আমছুৰ।একে সময়তে ব্ৰহ্মপুত্ৰ উপত্যকাত কাম কৰিবলৈ লৈ অহা সংখ্যালঘু মুছলমান সকলোক মাটিৰ পাট্টা নিদিয়াকলৈ আমছুৰ সভাপতিৰ ৰেজাউল কৰিম চৰকাৰৰ প্ৰতিক্ৰিয়া প্ৰকাশ।

চাহ জনগোষ্ঠীয় সংখ্যালঘু জলহা সকলোক আৰু চৰ অঞ্চলৰ মুছলমান সকলোক মাটিৰ পাট্টা প্ৰদান কৰাৰ দাবী আমছু সভাপতি গৰাকীৰ। আমছুৰ সভাপতি গৰাকীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তীব্ৰ সমালোচনা কৰি কয় যে মুখ্যমন্ত্ৰী সাম্প্ৰদায়িকতা এৰি ৰাইজৰ মুখ্যমন্ত্ৰী হিচাপে কাম কৰক ।

সব কা সাথ, সব কা বিকাশ, সব কা বিশ্বাৱাস,বিজেপি চৰকাৰৰ যি শ্লোগান এই এই শ্লোগান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পালন কৰাৰ আহ্বান আমছুৰ ৰেজাউল কৰিম চৰকাৰৰ। অসমৰ জলহা, চৰ অঞ্চল ,উচ্ছেদিত আৰু গোষ্টীগত সংঘৰ্ষত গৃহহীন সংখ্যালঘু পৰিয়ালক অতি শীঘ্ৰে ভূমি প্ৰদান নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰে আমছুৱে।

আমছু