New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5ab87155-909e-49f9-a8ce-a3b39c030bca/accident_7.jpg)
road accident road accident
জখলাবন্ধাৰ আমগুৰিত টেংকাৰ-বাইকৰ মুখামুখি সংঘৰ্ষ।
শুকুৰবাৰে দিনৰ ভাগত সংঘটিত হয় এই দুৰ্ঘটনা।
থিতাতে নিহত বাইক আৰোহী আতাবুৰ ৰহমান।
গুৰুতৰভাৱে আহত আন এজন বাইক আৰোহী।
আহত ইছমাইল আলীক উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্রেৰণ।
ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী।