ডিজিটেল সংবাদ,ডবকাঃ দিল্লীৰ বোমা বিস্ফোৰণ সন্দৰ্ভত সামাজিক মাধ্যমত বিতৰ্কিত মন্তব্য কৰি হোজাইত গ্ৰেপ্তাৰ হৈছে এজন যুৱকক। জানিব পৰা মতে, হোজাই জিলাৰ মোৰাঝাৰ থানা এলেকাৰ উত্তৰ বান্দৰমেলা গাঁওৰ অৱসৰপ্ৰাপ্ত শিক্ষক কুটুব উদ্দিনৰ পুত্ৰ নাচিম আকৰামে নিজৰ ফেচবুক একাউন্টত বোমা বিস্ফোৰণ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰিছিল।
উক্ত মন্তব্যৰ গইনা লৈ কালি নিশা মোৰাঝাৰ আৰক্ষীয়ে যুৱকজনক ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰাৰ পাছত ২৩৫/২৫ নম্বৰত এক গোচৰ ৰুজু কৰি শ্ৰীমন্ত শংকৰদেৱ নগৰ আদালতত হাজিৰ কৰোৱাত আদালতে যুৱজনক প্ৰেৰণ কৰে ন্যায়িক জিম্মালৈ।
দিল্লীৰ বোমা বিস্ফোৰণক লৈ সামাজিক মাধ্যমত মন্তব্য কৰি গ্ৰেপ্তাৰ হোজাইৰ যুৱক
হোজাই জিলাৰ মোৰাঝাৰ থানা এলেকাৰ উত্তৰ বান্দৰমেলা গাঁওৰ অৱসৰপ্ৰাপ্ত শিক্ষক কুটুব উদ্দিনৰ পুত্ৰ নাচিম আকৰামে নিজৰ ফেচবুক একাউন্টত বোমা বিস্ফোৰণ সন্দৰ্ভত কৰিছিল বিতৰ্কিত মন্তব্য।