আহমেদাবাদত ৯৪জন অসম-নগালেণ্ডৰ শ্ৰমিকক উদ্ধাৰ…

আহমেদাবাদত ৯৪জন অসম-নগালেণ্ডৰ শ্ৰমিকক উদ্ধাৰ…

author-image
asomiyapratidin
New Update
আহমেদাবাদত ৯৪জন অসম-নগালেণ্ডৰ শ্ৰমিকক উদ্ধাৰ…

  • আহমেদাবাদত আৰক্ষীয়ে উদ্ধাৰ কৰিলে প্ৰায় ৯৪জনকৈ শ্ৰমিকক।
  • উদ্ধাৰ কৰা শ্ৰমিক কেইজনৰ ভিতৰত ১২জন নাবালিক।
  • আৰক্ষীয়ে জনাইছে যে, উদ্ধাৰ কৰা আটাইকেইজন অসম আৰু নগালেণ্ডৰ বাসিন্দা।
  • এই সন্দৰ্ভত আৰক্ষী বিষয়া এ মাকৱানাই কয়-
  • 'তেওঁলোকে কৰা কামৰ বিপৰীতে লাভ কৰা নাছিল কোনো ধন।'
  • 'এটা কেমিকেল ফেক্টৰীত কাম কৰি আছিল শ্ৰমিক কেইজনে।'
  • 'লগতে তেওঁলোকক ঘৰলৈ যাবলৈও দিয়া হোৱা নাছিল।'
  • 'আমি ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰিছো।'