Published on :
Updated on :
- লখিমপুৰ জিলাৰ অসম অৰুণাচল সীমান্তৰ হাৰমতীত আবকাৰীয়ে জব্দ কৰে পোন্ধৰ লাখ টকা মূল্যৰ অবৈধ অৰুণাচলী সুৰা।
- শুকুৰবাৰে আৰক্ষীয়ে জব্দ কৰে ট্ৰাকখন ।
- AS09AC 5833 নম্বৰৰ এখন ট্ৰাকত নাহৰলগুনৰ পৰা পাচিঘাটলৈ সুৰা কঢ়িয়াই অনা ট্ৰাকখন হাৰমতীত আবকাৰীয়ে জব্দ কৰে।
- নিৰ্দিষ্ট নথি পত্ৰৰ উপৰিও বাধ্যতামূলক মূলক ভাবে থাকিব লগা ডিজিটেল লক নথকাৰ বাবেই ট্ৰাকখন জব্দ কৰা হয়।
Code:
Asomiya Pratidin
www.asomiyapratidin.in