বৃহস্পতিবাৰে প্ৰদান কৰা হ'ব দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্ন।সুধাকণ্ঠ ড০ ভূপেন হাজৰিকালৈ মৰণোত্তৰভাৱে এই সন্মান আগবঢ়োৱা হ'ব।দেশৰ তিনিগৰাকী বিশিষ্ট ব্যক্তিলৈ আগবঢ়োৱা হ'ব ভাৰতৰত্ন।ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে প্ৰদান কৰিব এই সন্মান।সুধাকণ্ঠৰ লগতে এই সন্মান যচা হ'ব বিশিষ্ট সমাজকৰ্মী নানাজী দেশমুখ আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীক।. 'ভাৰতৰত্ন' ল'বলৈ আহি দিল্লীত উপস্থিত ভূপেন হাজৰিকাৰ পুত্ৰ তেজ হাজৰিকা….চলিত বৰ্ষৰ আৰম্ভণিতে এই তিনিওগৰাকী ব্যক্তিক ভাৰতৰত্ন প্ৰদানৰ কথা ঘোষণা কৰা হৈছিল। 'ভাৰতৰত্ন' ল'বলৈ আহি দিল্লীত বাহৰ পাতি আছেহি ভূপেন হাজৰিকাৰ পুত্ৰ তেজ হাজৰিকা।. হোটেল তাজত সুধাকণ্ঠৰ পুত্ৰ তেজ হাজৰিকা….নিউয়ৰ্কৰ পৰা আহি দিল্লীত ৬ আগষ্টত উপস্থিত হৈছিলহি সুধাকণ্ঠৰ পুত্ৰ তেজ হাজৰিকা।দিল্লীৰ তাজ হোটেলত বাহৰ পাতি আছে সোধাকণ্ঠৰ পুত্ৰ তেজ হাজৰিকা, তেওঁৰ পত্নী আৰু পুত্ৰই।