Published on:
Updated on:
- ৰাজ্যত পুনৰ ৫৬৮জনৰ দেহত ধৰা পৰে কোভিড-১৯।
- ইয়াৰে ৩৫৫জন গুৱাহাটী মহানগৰীৰ।
- অসমত ১৪৬০০জনলৈ বৃদ্ধি পালে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।
- ইয়াৰে ৯১৪৭জন সুস্থ হৈ উঠাৰ বিপৰীতে চিকিৎসাধীন হৈ আছে ৫৪২৩জনকৈ লোক।
Code:
Asomiya Pratidin
www.asomiyapratidin.in