Published on:
Updated on:
- পি কে দত্তৰ ঘৰত পূৱতি নিশালৈ চলিল অভিযান ।
- পুনৰ আজি দহবজাৰ পৰা আৰক্ষীয়ে চলাব অভিযান ।
- অভিযানত ৫ কেজি সোন জব্দ, এই কথা জনালে চিআইডিয়ে ।
- জনালে জব্দ সামগ্ৰীৰ তালিকা প্ৰস্তুত কৰি চহী কৰিবলৈ নিয়া ওচৰৰ এগৰাকী চুবুৰীয়াই ।
- এই কেলংকাৰীত নাম সাঙোৰ খাইছে অগপৰ এটা নেতাৰ নামো ।
- পিকে দত্তৰ ৫ খন হোটেলত চলিছিল অভিযান ।
- উলুবাৰীৰ এজন শীৰ্ষ আৰক্ষী বিষয়াৰ ঘনিষ্ট আছিল পিকে দত্ত ।
- প্ৰাক্তন আৰক্ষী ডিআইজি জনৰ ঘৰত পোৱা গৈছে বহু আপত্তি জনক নথি পত্ৰ ।
- বৰ্তমানলৈ পলাতক প্ৰশান্ত কুমাৰ দত্ত ।
Code:
Asomiya Pratidin
www.asomiyapratidin.in