মানকাচাৰৰ ৪ গাওঁপ্ৰধানক গ্ৰেপ্তাৰ…

মানকাচাৰৰ ৪ গাওঁপ্ৰধানক গ্ৰেপ্তাৰ…
  • মানকাচাৰৰ ৪ গাওঁ প্ৰধানক গ্ৰেপ্তাৰ।
  • মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰিলে ৪ জনক।
  • বিগত দুদিন ধৰি এই গাওঁ প্ৰধান কেইজনক চলোৱা হৈছিল জেৰা।
  • জেৰাৰ অন্তত গ্ৰেপ্তাৰ ৪ জনকে।
  • মুঠ ১১ জন গাওঁ প্ৰধানক চলাই আছিল জেৰা।
  • ধনৰ বিনিময়ত এই গাওঁ প্ৰধান কেইজনক দিয়া হৈছিল নিযুক্তি।
  • চাইবুৰ ৰহমান আৰু আতিকা চুলতানাই দিছিল নিযুক্তি।
  • ৫ ৰ পৰা ১১ লাখ টকাৰ বিনিময়ত গাওঁ প্ৰধানসকলক দিছিল নিযুক্তি।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in