অসম
পুনৰ চুলাই মদৰ সন্ত্ৰাস, গোলাঘাটত দুদিনতে ৪জনৰ মৃত্যু
- ৰাজ্যত শাম কটা নাই চুলাই মদৰ সন্ত্ৰাস।
- বিষাক্ত চুলাই পান কৰি মৃত্যু আৰু এজনৰ।
- নুমলীগড়ৰ কাষৰীয়া থুৰামুখৰ চৰিয়াখাটত সংঘটিত এই ঘটনা।
- চুলাই খাই মৃত্যু হোৱা যুৱকজনৰ নাম পাপু ভূমিজ।
- দুদিনত গোলাঘাটৰ ৪জন লোকৰ চুলাই মদ পান কৰি মৃত্যু।
- জিলাখনৰ বিভিন্ন প্ৰান্তত পুনৰ বিৰাজত কৰিছে চেপা উত্তেজনাই।