Published on:
Updated on:
- ৰাজ্যত পুনৰ ৩১গৰাকীৰ দেহত ধৰা পৰিছে কোৰোনা ভাইৰাছৰ উপস্থিতি।
- ইয়াৰে ২০জন উৰা জাহাজেৰে বহিঃৰাজ্যৰ পৰা অহা লোক।
- বাকী ১১জন মৰিগাঁৱৰ বুলি জানিব পৰা গৈছে।
- ইয়াৰে লগে লগে ৰাজ্যত কোৰোনাত আক্ৰান্তৰ সংখ্যা ১২১৬লৈ বৃদ্ধি।
- ইফালে আৰোগ্য হৈ উঠিছে ১৬৩জন লোক।
Code:
Asomiya Pratidin
www.asomiyapratidin.in