/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/1571d224-1178-47f5-b6ec-eeac85aaa4a8/njhjhjkh.jpg)
-
বিহপুৰীয়া নগৰত তিনি ড্ৰাগছ সৰবৰাহকাৰীক আটক ৷
-
সৰবৰাহকাৰী কেইটা ভৰত দলে , ধমেন্দ্ৰ পেগু আৰু অক্ষয় পেগু ৷
-
সৰবৰাহকাৰী কেইটাৰ পৰা ১০ টা কন্টেইনাৰ আৰু তিনিটা ম’বাইল ফোন জব্দ আৰক্ষীৰ ৷
-
AS07 V 9196 নম্বৰৰ এখন স্কুটি আৰু AR01G 1314 নম্বৰৰ এখন বিলাসী বাহনো জব্দ ৷
-
বিহপুৰীয়া আৰক্ষীয়ে আটক কৰে সৰবৰাহকাৰী কেইটাক ৷
-
ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত।