বিহপুৰীয়াত তিনি ড্ৰাগছ সৰবৰাহকাৰী আটক

বিহপুৰীয়াত তিনি ড্ৰাগছ সৰবৰাহকাৰী আটক
  • বিহপুৰীয়া নগৰত তিনি ড্ৰাগছ সৰবৰাহকাৰীক আটক ৷

  • সৰবৰাহকাৰী কেইটা ভৰত দলে , ধমেন্দ্ৰ পেগু আৰু অক্ষয় পেগু ৷

  • সৰবৰাহকাৰী কেইটাৰ পৰা ১০ টা কন্টেইনাৰ আৰু তিনিটা ম’বাইল ফোন জব্দ আৰক্ষীৰ ৷

  • AS07 V 9196 নম্বৰৰ এখন স্কুটি আৰু AR01G 1314 নম্বৰৰ এখন বিলাসী বাহনো জব্দ ৷

  • বিহপুৰীয়া আৰক্ষীয়ে আটক কৰে সৰবৰাহকাৰী কেইটাক ৷

  • ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in