/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/69e65959-37af-48ac-ba77-7fb8ed0db91e/download.jpg)
-
তিনিচুকীয়াৰ লিডুত ভয়ংকৰ ঘটনা।
-
উগ্রপন্থীৰ গুলীত নিহত ৩জন।
-
ফিনভিৰু আৰু ৰিংৰাংখানৰ মাজৰ তামোলবাৰীত এই ঘটনা।
-
ঘটনাত আলফা (স্বাঃ) জড়িত থকাৰ সন্দেহ।
-
আৰক্ষীৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ বাবেই হত্যা কৰাৰ সন্দেহ।
-
কিছুদিন পূৰ্বে আৰক্ষীৰ গুলীত নিহত হৈছিল উদয় অসম।
-
আলফা নেতা উদয় অসমৰ হত্যাত লোককেইজন জড়িতৰ সন্দেহ।